Create New Playlist

Add a cover pic of your own choice

(Optional)

Name

AI Cover Generator

4 credits

Not enough credits (0/4).

Logout

Are you sure you want to Logout?

Close

First Rain of Bohag 2 by Sanjib

SongGPT
First Rain of Bohag 2 by Sanjib - Romantic,both vocals music cover art

First Rain of Bohag 2

Romantic,both vocals

0:003:42
Lyrics
Description
তুমি যেন বহাগৰ প্ৰথম জাক বৰষুণ
তুমি যেন আঘোণৰ নিয়ৰ সনা ৰুণজুন
তুমি যেন নিশাৰ সেই উজলি থকা তৰা
তুমি মোৰ মনৰ আশাৰ বতৰা
(Chorus)
কলেজৰ বকুলৰ তলত প্ৰথম দেখাদেখি
চাইছিলো তোমাক মই এপলক তধা লাগি
তুমিও চাইছিলা মোলৈ এপলক ৰৈ
ক্ষণিকতে দুয়োৰ হিয়াত বৈছিল এখন মৰমৰ নৈ
(Verse 2)
মনত আছে মোৰ কলেজ কেণ্টিনত বহাৰ কাহিনী
হাঁহি হাঁহি কথা পতাৰ সেই প্ৰেমৰ ৰাগিনী
মুখামুখিকৈ বহিছিলো লাইব্ৰেৰিৰ ৰিডিংৰুমত
সাজিছিলো দুয়ো প্ৰেমৰ ঘৰ মনৰ মাজত
(Chorus)
কলেজৰ বকুলৰ তলত প্ৰথম দেখাদেখি
চাইছিলো তোমাক মই এপলক তধা লাগি
তুমিও চাইছিলা মোলৈ এপলক ৰৈ
ক্ষণিকতে দুয়োৰ হিয়াত বৈছিল এখন মৰমৰ নৈ
(Bridge)
আজিও পাহৰা নাই
সেই মৰিগাঁও কলেজত পঢ়া সময়ৰ কথা
মনত পৰিলে লাগে বুকুত বেথা
তেতিয়া...
তুমি আছিলা মোৰ আৰু মই আছিলো তোমাৰ
আজি...
সেয়া মাথো স্মৃতি হৈ বৈ যায় আমাৰ
(Final Chorus)
কলেজৰ বকুলৰ তলত প্ৰথম দেখাদেখি
চাইছিলো তোমাক মই এপলক তধা লাগি
তুমিও চাইছিলা মোলৈ এপলক ৰৈ
ক্ষণিকতে দুয়োৰ হিয়াত বৈছিল এখন মৰমৰ নৈ
(Playing Guitar Music)