Create New Playlist

Add a cover pic of your own choice

(Optional)

Name

AI Cover Generator

4 credits

Not enough credits (0/4).

Logout

Are you sure you want to Logout?

Close

মোৰ হৃদয়ৰ দলিছাত 1 by Trishna

SongGPT
মোৰ হৃদয়ৰ দলিছাত 1 by Trishna - Romantic music cover art

মোৰ হৃদয়ৰ দলিছাত 1

Romantic

0:003:32
Lyrics
Description
লাহে লাহে উলাই আহিলা তুমি
কুঁৱলী হণা ৰদালী ওঁঠত হানি
মেঘালী তোমাৰ চুলি হুপাত
সুগন্ধি ফুলৰ মালা গুজী
ৰলাহী আহি মোৰ কাষতে
হৃদয়ৰ দুৱাৰ খুলী
মই তোমাৰ তুমি মোৰ
তুমি মোৰ মই তোমাৰ
মৰম লগা তোমাৰ মুখনি
মৌ খনা তোমাৰ কথা বোৰ
বিজুলী তোমাৰ চাৱনি
খামচিয়া কঁকালটি
তোমাৰ দুভৰি খোজত
উমলিছে চোতালৰ দুবৰী
humm ooohuumm mm mm hhhoooo
.......
মোৰ হৃদয়ৰ দলিছাত তোমাকে ৰাখিছোঁ
ভাল পোৱাৰ অনুভৱ তোমাতেই বিচাৰি পালোঁ
মোৰ হৃদয়ৰ দলিছাত তোমাকে ৰাখিছোঁ
ভাল পোৱাৰ অনুভৱ তোমাতেই বিচাৰি পালোঁ
অ মন তুমিয়েই টো মোৰ
অ মন ময়ে জে তোমাৰ
আলখুৱা সপোন বোৰ হব যে আজি পূৰণ
....
মই তোমাৰ তুমি মোৰ
তুমি মোৰ মই তোমাৰ
.....
oooo hhhhh uuuu mmmm