Create New Playlist

Add a cover pic of your own choice

(Optional)

Name

AI Cover Generator

4 credits

Not enough credits (0/4).

Logout

Are you sure you want to Logout?

Close

এনাজৰী মৰমৰ বান্ধিলা 2 by Tridib

SongGPT
এনাজৰী মৰমৰ বান্ধিলা 2 by Tridib - Indian Rock,Female Vocals music cover art

এনাজৰী মৰমৰ বান্ধিলা 2

Indian Rock,Female Vocals

0:003:54
Lyrics
Description
Chorus:
এনাজৰী মৰমৰ বান্ধিলা এনেকে,
এনাজৰী চেনেহৰ বান্ধিলা এনেকে,
শ্লিষ্ট অংশ মোৰ দেহৰ যেনেকে।
Verse 1:
নোৱাৰিম চাগে জীয়াব তোমাৰ অবিহনে,
অমানিশাৰ আন্ধাৰ জীৱন তোমাৰ অবিহনে।
প্ৰতিপল তোমাৰেই ভাৱ আহেযে মনলৈ,
গাব খুজিও তোমাৰ নাম আহে মোৰ গানলৈ।
Chorus:
এনাজৰী মৰমৰ বান্ধিলা এনেকে,
এনাজৰী চেনেহৰ বান্ধিলা এনেকে,
শ্লিষ্ট অংশ মোৰ দেহৰ যেনেকে।
Verse 2:
প্ৰেয়সী সলনি তুমি হোৱা নাই,
বতাহজাকেহে ৰূপ সলালে চাগৈ।
অতীতৰ স্মৃতিৰে জীৱন সজাই লম,
চকুলুৰে বুকুৰ দাগবোৰ মোহাৰি লম।
Chorus:
এনাজৰী মৰমৰ বান্ধিলা এনেকে,
এনাজৰী চেনেহৰ বান্ধিলা এনেকে,
শ্লিষ্ট অংশ মোৰ দেহৰ যেনেকে।
Verse 3:
মিছা হাঁহিৰ মাজতো তোমাৰ স্মৃতি,
বেদনাৰ আঁৰতো তোমাৰেই কৃতি।
নোপোৱাৰ বেদনাত কান্দিম নো কেনেকৈ,
আঁতৰি যোৱাতো অৱশেষ ৰৈছে এনেকৈ।
Chorus:
এনাজৰী মৰমৰ বান্ধিলা এনেকে,
এনাজৰী চেনেহৰ বান্ধিলা এনেকে,
শ্লিষ্ট অংশ মোৰ দেহৰ যেনেকে।
Verse 4:
নাপালে তোমাক চাগে নাথাকিম জীয়াই,
ভাৱনাত তোমাৰ ৰজনী কটাই মোৰ হিয়াই।
প্ৰতিপলে লওঁ যে নাম তোমাৰ,
লিখিছো গানটি নামতেই তোমাৰ।
Chorus:
এনাজৰী মৰমৰ বান্ধিলা এনেকে,
এনাজৰী চেনেহৰ বান্ধিলা এনেকে,
শ্লিষ্ট অংশ মোৰ দেহৰ যেনেকে।